যিকোনো সময়তে ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ এখন উৰণ সেতু

ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণৰ সময়তে ডাঙৰ খবৰ। যিকোনো সময়তে ভাঙি পেলোৱা হ’ব ছয়মাইলৰ উৰণ সেতু। ভাঙি নেপেলালে নিজেই ভাঙি পৰিব পাৰে উৰণ সেতুখন। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনে। উৰণ সেতুখনৰ খুঁটাত মেলিছে বৃহৎ ফাঁট। দুৰ্বল হৈ পৰিছে উৰণ সেঁতুখনৰ চাৰি নম্বৰ খুঁটাটো। যান-বাহনৰ ভৰ সহিব নোৱাৰা হৈছে উৰণ সেতুখনৰ কেন্ট্রী বীমেও। ভাঙি পেলোৱাৰ বাহিৰে গত্যন্তৰ নাই লোকনিৰ্মাণ বিভাগৰ হাতত।

Popular

More like this
Related

চৰাই চিকাৰ কৰি আটক মনিৰুল ইছলাম আৰু মহম্মদ জাহাঙ্গীৰ আলী

বৰপেটাৰোডত আঞ্চলিক বন বিভাগৰ অভিযান। অভিযানত আটক দুই চোৰাং...

গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত

গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত। এগৰাকী ৭৫ বছৰীয়া মহিলাৰ...

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ। ২০ বছৰ...

টাইৱানত ভূমিকম্পৰ জোকাৰণি

টাইৱানত ভূমিকম্পৰ জোকাৰণি। ৬.৪প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি গ'ল টাইৱান। মাজনিশা...