প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ চিকিৎসকে অহৰহ চেষ্টা চলাইছে গীতাক সুস্থ কৰি তুলিবলৈ। শেহতীয়াকৈ গীতা সন্দৰ্ভত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ অসম পৰ্যটনৰ বিজ্ঞাপনত ব্যৱহাৰ হৈছিল গীতা। প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা।

এতিয়া সেই গীতাৰে জীৱন-মৃত্যুৰ যুঁজ। প্ৰায় দুমাহে চামগুৰিত পৰি ৰৈছে গীতা। উপযুক্ত চিকিৎসা পোৱাত বহুখিনি পলম হোৱাৰো উঠিছে অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...