গুৱাহাটী পালেহি প্রৱঞ্চনাত অভিযুক্ত দীপাংকৰ বৰ্মন

গুৱাহাটী পালেহি মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ অনা হৈছে দীপাংকৰক। কোটিটকীয়া ধুৰন্ধৰ দীপাংকৰক চাবলৈ মানুহৰ ভিৰ। দেওবাৰে গোৱাত গ্ৰেপ্তাৰ হৈছিল দুমাহে পলাতক দীপাংকৰ। গোৱাতে দীপাংকৰৰ পৰা জব্দ হৈছিল ২৬ লাখ ৬ হাজাৰ টকা। মহানগৰ আৰক্ষীৰ দলে দীপাংকৰক লৈ আনিছে গুৱাহাটীলৈ। আজি নিশাটো থানাতে কটাব দীপাংকৰ বৰ্মনে। কাইলৈ দীপাংকৰক হাজিৰ কৰোৱা হ’ব আদালতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...