২৪ ঘণ্টাত ২৮ জন ক’ভিড ৰোগীৰ মৃত্যু

দেশত অব্যাহত ক’ভিডৰ নিম্নগতি। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ১,৩৩৫ জন। ২৮ জনকৈ ক’ভিড ৰোগীৰ মৃত্যু বিগত ২৪ ঘণ্টাত। বৰ্তমানলৈকে দেশত ক’ভিডত মৃত্যু ৫ লাখ ২১ হাজাৰ অধিক লোকৰ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দৈনিক পজিটিভিটীৰ হাৰ ০.২২ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...