দেশত অব্যাহত আছে ক’ভিডৰ নিম্নগতি। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ২ হাজাৰ ৫০৩ জন। বিগত ২৪ ঘণ্টাত ২৭ জন ক’ভিড ৰোগীৰ মৃত্যু। দেশত পজিটিভিটীৰ হাৰ ০.৪৭ শতাংশ। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬ হাজাৰ ১৬৮ জন। প্ৰায়সমূহ ৰাজ্যতে নিয়ন্ত্ৰণলৈ আহিছে ক’ভিড পৰিস্থিতি।