একেদিনাই অসমত ৭জন আক্ৰান্ত ক’ভিডত, পুনৰ ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

অসমত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত অসমত ৭জন লোকৰ দেহত পোৱা গৈছে ক’ভিড। লক্ষ্য়ণীয়ভাবে কোকৰাঝাৰত ৪জনকৈ লোকৰ দেহত পোৱা গৈছে ক’ভিড। তাৰ বিপৰীতে কামৰূপ(ম)ত ৩জন লোক আক্ৰান্ত হৈছে কভিডত। ২৪ ঘণ্টাত মুঠ ৪৪৩জন লোকে ক’ভিড পৰীক্ষা কৰিছিল। ইয়াৰে ৭জন লোকক ক’ভিড পজিটিভ পোৱা গৈছে। অসমত আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ। অৱশ্যে যোৱা ২৪ ঘণ্টাত কোনো লোকৰ মৃত্যু হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...