একেদিনাই অসমত ৭জন আক্ৰান্ত ক’ভিডত, পুনৰ ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

অসমত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত অসমত ৭জন লোকৰ দেহত পোৱা গৈছে ক’ভিড। লক্ষ্য়ণীয়ভাবে কোকৰাঝাৰত ৪জনকৈ লোকৰ দেহত পোৱা গৈছে ক’ভিড। তাৰ বিপৰীতে কামৰূপ(ম)ত ৩জন লোক আক্ৰান্ত হৈছে কভিডত। ২৪ ঘণ্টাত মুঠ ৪৪৩জন লোকে ক’ভিড পৰীক্ষা কৰিছিল। ইয়াৰে ৭জন লোকক ক’ভিড পজিটিভ পোৱা গৈছে। অসমত আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ। অৱশ্যে যোৱা ২৪ ঘণ্টাত কোনো লোকৰ মৃত্যু হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...