অসমত নতুনকৈ ২,৩৪৮জন লোক ক’ভিড আক্ৰান্ত

ৰাজ্যত নতুনকৈ ২,৩৪৮জন লোক ক’ভিডত আক্ৰান্ত হৈছে। শুকুৰবাৰে কামৰূপ(মঃ) জিলাত সৰ্বাধিক ৮৭০ জন নতুনকৈ আক্ৰান্ত হৈছে। শুকুৰবাৰৰ দিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৩০,১০৯টা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু ৫জনৰ। ৰাজ্যত সংক্ৰমণৰ হাৰ ৭.৮০%। আনহাতে, অসমত আৰোগ্যৰ হাৰ ৯৬.৪৪%।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...