১৪ এপ্ৰিলৰ পৰা ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু

১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু অনুষ্ঠান। বিহু সম্ৰাজ্ঞীয়ে ১ লাখ, বিহু ৰাণীয়ে ৫১ হাজাৰ, বিহু কুঁৱৰীয়ে ৩১ হাজাৰ টকাৰ লগতে বঁটা প্ৰদান কৰা হ’ব। এইবাৰ নতুনকৈ অনুষ্ঠিত কৰিব মৌ কুঁৱৰী প্ৰতিযোগিতা। মৌ কুঁৱৰী অংশগ্ৰহণকাৰীৰ বয়স হ’ব লাগিব ১৩ বছৰৰ অনুৰ্ধৰ। এইবাৰৰ বাজেট হৈছে ২০ লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...