বেদখলকাৰীৰ কবলত চ্যুকাফাৰ সমাধিক্ষেত্ৰ

বেদখলকাৰীৰ কবলত চ্যুকাফাৰ সমাধিক্ষেত্ৰ। আজিও অৱহেলিত চাওল্যু চ্যুকাফা মৈদাম। কাণসাৰ নাই ৰজাঘৰীয়াৰ। সাতৰাজ সামৰি একৰাজ কৰি বৰ অসমৰ ভেটি গঢ়িছিল স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই। ম্যুং মাও পাৰ হৈ ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰি ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথমে স্থাপন কৰিছিল স্থায়ী ৰাজধানী।

অসমীয়া জাতি গঢ়া চাওল্যু চ্যুকাফাৰ মৈদাম আজিও অৱহেলিত। ২০১৫ বৰ্ষত বুৰঞ্জীৰ তথ্যৰ আধাৰত লাংকুৰি দেওশালৰ উত্তৰ দিশত উদ্ধাৰ কৰি তিনিটাকৈ মৈদাম। ইয়াৰে প্ৰথমটো মৈদাম চাওল্যু চ্যুকাফাৰ বুলি চিনাক্ত কৰা হৈছে। কিন্তু পৰিতাপৰ কথা আজিলৈকে সংৰক্ষণৰ অভাৱত জহি খহি গৈছে চ্যুকাফা মৈদাম। ধ্বংসৰ গৰাহত চ্যুকাফাৰ সমাধি স্থল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...