পুনৰ জে’ললৈ যাব লাগিব লালু প্ৰসাদ!

চিবিআইৰ এখন বিশেষ আদালতে মঙলবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদক ১৩৯.৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ গোচৰত দোষী সাব্যস্ত কৰে।

শাস্তিৰ পৰিমাণ ১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব, চিবিআইৰ এজন পৰামৰ্শদাতাই কয়। আদালতে ২৯ জানুৱাৰীত গোচৰটোৰ যুক্তিৰ শুনানি সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।

প্ৰসাদক আগতে আন চাৰিটা পশুখাদ্য কেলেংকাৰীৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।

“লালু প্ৰসাদক দোষী সাব্যস্ত কৰা হৈছে। শাস্তিৰ পৰিমাণ ১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব,” চিবিআইৰ পৰামৰ্শদাতাই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...