বিশিষ্ট অভিনেতা, নাট্যকৰ্মী কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট অভিনেতা, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। কিছুসময় পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ। বিগত কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল কৃতী গদ্য লেখকগৰাকী। জ্যোতি চিত্ৰবনৰো প্ৰতিষ্ঠাপক সঞ্চালক আছিল ভট্টাচাৰ্য। শকুন্তলা, লটিঘটি, চিকমিক বিজুলী ছবিত কৰিছিল অভিনয়। হাতীবন্ধু ছবিৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ সন্মান পাইছিল তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...