বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক

চৰকাৰৰে শান্তি চুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক। বাংলাদেশ আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে কৈলাশ কোঁচ নামৰ KLO সদস্যজনক। সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে এই কথা।

ভাৰত চৰকাৰে যথোপযুক্ত পদক্ষেপ লৈ ধৃত কেশৱ ৰায়ক দেশলৈ অনাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে। উল্লেখযোগ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল KLOৰ সদস্যজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...