যোগৰে ‘বুক অৱ ৱ’ৰ্ল্ড ৰেকৰ্ড’ কৰ্ণাটকৰ কিশোৰীৰ

যোগৰে ‘বুক অৱ ৱ’ৰ্ল্ড ৰেকৰ্ড’ কৰ্ণাটকৰ কিশোৰীৰ। ১২ বছৰীয়া ৰুথভি এ এমে গঢ়িলে এই ৰেকৰ্ড। সৰুৰে পৰা যোগ প্ৰদৰ্শন কৰি আহিছে কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকীৰ মতে, যোগৰ জৰিয়তে মুক্ত হ’ব পাৰি মানসিক চাপৰ পৰা। পঢ়া–শুনাৰ ক্ষেত্ৰতো মনোনিবেশ বৃদ্ধি হয় যোগৰ জৰিয়তে। ‘বুক অৱ ৱ’ৰ্ল্ড ৰেকৰ্ড’ গঢ়ি উৎফুল্লিত হৈ পৰিছে ১২ বছৰীয়া কিশোৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...