আপুনি পৌৰ নিৰ্বাচনৰ ভোটাৰ নেকি? গুৱাহাটীৰ ভোটাৰে জানিবই লাগিব এই খবৰ!

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি বিশেষ নম্বৰ। পৌৰ নিগম এলেকাৰ যিকোনো ভোটাৰে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৱাৰ্ডৰ নাম জানিব বিচাৰিলে ‘৯৩৬৫৮৬৫১৩৫’ নম্বৰলৈ ফোন অথবা এচ.এম.এছ. কৰিব পাৰিব। ২১ এপ্ৰিললৈ পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৫.০০ বজালৈ আৰু ২২ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা পুৱা ৭.০০ বজাৰ পৰা আবেলি ৪.০০ বজালৈ উক্ত নম্বৰলৈ ফোন বা এচ.এম.এছ কৰিব পাৰিব ভোটাৰ সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...