জনপ্ৰিয় অভিনেত্ৰী কাজললৈ অস্কাৰ সমিতিৰ সদস্যপদ

হিন্দী চলচিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী কাজললৈ আগবঢ়োৱা হৈছে অস্কাৰ সমিতিৰ সদস্যপদ। একাডেমী অব্ মোশ্যন পিকছাৰ আৰ্টছ এণ্ড ছাইন্সে এইটো বছৰত বিশ্বৰ যি ৩৯৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ অস্কাৰ সমিতিৰ সদস্যপদ আগবঢ়াইছে, তাৰ ভিতৰত সোমাইছে কাজলৰ নাম।

কাজল হৈছে এইবাৰ অস্কাৰ সমিতিৰ সদস্যতাৰ প্ৰস্তাৱ পোৱা বলিউডৰ একমাত্ৰ ব্যক্তি। ইয়াৰ উপৰি ভাৰতীয় ছবিজগতৰ লগত জড়িত অন্য চাৰিগৰাকী ব্যক্তিলৈকো অস্কাৰ সমিতিৰ সদস্যতা আগবঢ়োৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...