হাৱালাৰ ধন আত্মসাৎ কৰা আৰক্ষী-সাংবাদিক গ্ৰেপ্তাৰ

হাৱালা চক্ৰৰ পৰা ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী-সাংবাদিক
ঘটনাৰ সৈতে জড়িত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা ৪ জনলৈ বৃদ্ধি
দুজন উপ পৰিদৰ্শক এজন সাংবাদিক আৰু এজন অন্যলোক গ্ৰেপ্তাৰ
SI মোবাৰক আলী, SI অনুৰাগ বৰা, সাংবাদিক তফিক উদ্দিন আহমেদ
আৰু এজন আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুল ইছলামক গ্ৰেপ্তাৰ ভৰলু আৰক্ষীৰ
সোধা-পোচাৰ বাবেও আটক ছৰিফ নামৰ অন্য এজনলোকক
ধৃত কেইজনৰ পৰা এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ হৈছে ২৮ লাখ ৭০ হাজাৰ টকা
গুৱাহাটীৰ হাৱালা চক্ৰৰ পৰা আত্মসাৎ কৰিছিল এই বৃহৎ ধন
হাৱালা চক্ৰৰ দুই সদস্যৰ পৰা আত্মসাৎ কৰিছিল বৃহৎ ধন
অভিযান চলাবলৈ গৈ হাৱালা চক্ৰৰ পৰা জব্দ কৰা ধন আত্মসাৎ কৰিছিল চক্ৰটোৱে
ধৃত SI মোবাৰকৰ ঘৰৰ পৰা উদ্ধাৰ ১৭ লাখ ৫০ হাজাৰ টকা
সাংবাদিক তফিকৰ ঘৰৰ পৰা উদ্ধাৰ ৪ লাখ টকা
আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুলৰ ঘৰৰ পৰা জব্দ ৭ লাখ ২০ হাজাৰ টকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...