WWE ছুপাৰষ্টাৰ জন চিনাই শ্বেয়াৰ কৰিলে ধোনীৰ ফটো

ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট (WWE), আৰু হলিউডৰ ছুপাৰষ্টাৰ জন চিনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ফটো শ্বেয়াৰ কৰিছে। ছবিখনত, ধোনীক চিৰিৰে খোজ কাঢ়ি যোৱা আৰু কৰমৰ্দন কৰাৰ বাবে হাত আগবঢ়োৱা দেখা গৈছে।

চিনাই শ্বেয়াৰ কৰা ফটোখন ICC টি-২০ বিশ্বকাপত ধোনী ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে ভাৰতীয় দলৰ সৈতে জড়িত থকাৰ সময়ৰ। উল্লেখযোগ্য যে, চিনাই প্ৰায়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ দৰে বিখ্যাত ভাৰতীয় ব্যক্তিত্বৰ ফটো শ্বেয়াৰ কৰি আহিছে, যাৰ তালিকাত ধোনীৰ নামো শেহতীয়াকৈ অন্তৰ্ভূক্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...