শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন

শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন। মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পত্নীৰ সৈতে মাৰ শ্ৰীচৰণত পূজা-অৰ্চনা। শুকুৰবাৰে আছিল মুখ্যমন্ত্রীগৰাকীৰ বিবাহ বাৰ্ষিকী। প্ৰতিবছৰে বিবাহ বাৰ্ষিকীত পত্নীসহ কামাখ্যালৈ হেমন্ত চোৰেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...