পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাড়ৰ পদত্যাগ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাড়ৰ পদত্যাগ পত্ৰ। NDAৰ উপ–ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ধানখাড়। শনিবাৰে এই সন্দৰ্ভত হোৱা ঘোষণাৰ পিছতে দেওবাৰে ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে ধানখাড়ে। মণিপুৰৰ ৰাজ্যপাল লা গণেশনক পশ্চিমবংগৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। দেওবাৰে নিশা ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰচাৰিত এক বিবৃতিত এই তথ্য প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...