আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানত কিয় নিষিদ্ধ IPL?

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে...

‘টাইম’ আলোচনীৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোদী, মমতা

‘টাইম’ আলোচনীৰ এশজন প্ৰভাৱশালী ব্যক্তিতালিকাত মোদী, মমতা, আদৰ পুণাৱালাৰ নামআমেৰিকা, চীনৰ ৰাষ্ট্ৰপতিৰ নামো তালিকাতপ্ৰভাৱশালীৰ তালিকাত মোল্লা বাৰাদৰৰ নাম বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী এশজন ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত...

লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সংলগ্ন কৰিলে সোণৰ চুলি

মেক্সিকান গায়ক ডান ছাৰে নিজৰ মূৰৰ লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সোণৰ চেইন সংলগ্ন কৰা ঘটনাক লৈ ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে চাঞ্চল্য। ছ’চিয়েল মিডিয়াত গায়কজনে আপলোড...

আফগানিস্তানৰ মহিলাক কৰ্মক্ষেত্ৰত যোগদানৰ অনুমতি

আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছত মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তালিবানে। অৱশেষত সকলো ভয় কাতি কৰি ১২গৰাকী আফগান মহিলা কর্মক্ষেত্রলৈ...

মঙল গ্ৰহত পোৱা গৈছে প্রথমটো শিলৰ টুকুৰা

নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে মঙল গ্ৰহত৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা...

Popular