স্বাধীনতাৰ পৰা বৰ্তমানলৈ দেশৰ বিত্ত মন্ত্ৰীসকল কোন জানেনে?

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দখল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইতিমধ্যে ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। লোকসভাৰ মজিয়াত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। কিন্তু স্বাধীনতাৰ সময়ছোৱাৰ পৰা বৰ্তমানলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীসকলৰ বিষয়ে জানেনে?
১৯৪৭-৪৮ : আৰ কে সন্মুখম
১৯৪৮-৫০ : জন মাথাই
১৯৫০-৫৬ : চি ডি দেশমুখ
১৯৫৬-৫৮, ১৯৬৩-৬৫ : টি টি কৃষ্ণমাচাৰি
১৯৫৬ৰ আগষ্ট, ১৯৫৮ৰ ফেব্ৰুৱাৰী-মাৰ্চ : জৱাহৰলাল নেহৰু
১৯৫৮-৬৩, ১৯৬৭-৬৯ : মোৰাৰজি দেশাই
১৯৬৬-৬৭ : শচীন্দ্ৰ চৌধুৰী
১৯৬৯-৭০ : ইন্দিৰা গান্ধী
১৯৭০-৭৪ : য়শন্তৰাও বি চাৱন
১৯৭৪-৭৭ : চিদাম্বৰম সুব্ৰমিয়ন
১৯৭৭-৭৯ : হৰিভাই এম পেটেল
১৯৭৯ৰ জুন-জুলাই : চৰণ সিং
১৯৭৯ৰ জুলাই-অক্টোবৰ : হেমৱতি নন্দন বহুগুণা
১৯৮০-৮২ : আৰ ভেংকটৰমন
১৯৮২-৮৪, ২০০৯-১২ : প্ৰণৱ মুখাৰ্জী
১৯৮৪-৮৭ : ভি পি সিং
১৯৮৭ৰ জানুৱাৰী-জুলাই : ৰাজীৱ গান্ধী
১৯৮৭-৮৮ : এন ডি তিৱাৰী
১৯৮৮-৮৯ : শংকৰৰাও বি চাৱন
১৯৮৯-৯০ : মধু দণ্ডাৱটে
১৯৯০-৯১, ১৯৯৮-২০০২ : য়শৱন্ত সিনহা
১৯৯১-৯৬, ২০০৮-০৯, ২০১২ৰ জুন-জুলাই : মনমোহন সিং
২০০২-০৪ : যশৱন্ত সিং
১৯৯৬-৯৭, ১৯৯৭-৯৮, ২০০৪-০৮, ২০১২-১৪: পি চিদাম্বৰম
১৯৯৭ৰ এপ্ৰিল-মে’ : আই কে গুজৰাল
২০১৪-১৯ : অৰুণ জেটলি
২০১৯ৰ জানুৱাৰী-ফেব্ৰুৱাৰী : পীযূষ গোৱেল
২০১৯ৰ পৰা বৰ্তমানলৈ : নিৰ্মলা সীতাৰমন


আৰ কে সন্মুখমৰ পৰা নিৰ্মলা সীতাৰমনৰ কাৰ্যকাললৈ, ইতিমধ্যে ভাৰতে অলেখ ভাল দিন আৰু দুৰ্দিনৰ সাক্ষী হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...