কেৱল চেণ্ডউইচ! ছিডনীত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া মেচৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন চলাই আছে ভাৰতীয় দলে।

কিন্তু খবৰ অনুসৰি ভাৰতীয় খেলুৱৈসকলে অভিযোগ কৰিছে যে অনুশীলনৰ পিছত তেওঁলোকক গৰম খাদ্য প্ৰদান কৰা হোৱা নাই। অনুশীলনৰ পিছৰ খাদ্য হিচাপে তেওঁলোকক কেৱল চেণ্ডউইচ প্ৰদান কৰা হৈছিল। আৰু খেলুৱৈ সকলৰ মতে ঠাণ্ডা চেণ্ডউইচহে খাব দিছিল।

ANIক BCCIৰ সূত্ৰই জনোৱা মতে ‘টীম ইণ্ডিয়াক আগবঢ়োৱা খাদ্য ভাল নাছিল। তেওঁলোকক মাত্ৰ চেণ্ডউইচ দিয়া হৈছিল আৰু সেই চেণ্ডউইচ ঠাণ্ডা আছিল। ‘উল্লেখ্য যে, T20 বিশ্বকাপত ICCয়ে অংশগ্রহণকাৰী টীম সমূহক খাদ্যৰ যোগান ধৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...