ভাৰতীয় নাগৰিকক ইৰাণ-ইজৰাইল ভ্ৰমণ বাতিল কৰাৰ আহ্বান

ভাৰতীয় নাগৰিকক ইৰাণ-ইজৰাইল ভ্ৰমণ বাতিল কৰাৰ আহ্বান। বিদেশ মন্ত্ৰালয়ে এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত দুয়োখন দেশ ভ্ৰমণ নকৰিবলৈ আহ্বান। ইজৰাইল-ইৰাণৰ মাজত বৃদ্ধি পাইছে যুদ্ধৰ সম্ভাৱনা। ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণৰ ভাবুকি ইৰাণৰ। ছিৰিয়াত ইৰাণী দূতাবাসত ইজৰাইলৰ আক্ৰমণৰ পিছতে সংঘাত বৃদ্ধি। দুয়ো দেশত থকা ভাৰতীয় নাগৰিকক ভাৰতীয় দূতাবাসেৰে যোগাযোগৰ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজি ডাক বিভাগৰ অভিনৱ পদক্ষেপ; এতিয়াৰে পৰা ড্ৰোনেৰে কৰিব পাৰিব চিঠি-পত্ৰৰ আদান-প্ৰদান

ধেমাজিৰ আকাশত বৃহৎ আকাৰৰ ড্ৰোন প্ৰত্যক্ষ কৰি আচৰিত হৈ...

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...