৫ ঘণ্টাৰ ভিতৰতে বিক্ৰী টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচৰ সকলো টিকট!

ভাৰত-পাকিস্তানৰ মেচ মানেই উন্মাদনা,ৰোমাঞ্চ। তাকেই প্ৰমাণ কৰিলে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে, কাৰণ আগন্তুক ২৩ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপৰ মেচৰ টিকট আজি ICC- এ মুকলি কৰিছিল। আৰু আপুনি জানি আচৰিত হ’ব যে পাঁচ ঘণ্টাৰ ভিতৰত আটাইকেইটা টিকট বিক্ৰী হৈ যায়!

চিডনী মৰ্ণিং হেৰাল্ডৰ অনুসৰি, ২৩ অক্টোবৰত MCGত অনুষ্ঠিত হ’ব লগা ভাৰত বনাম পাকিস্তান মেচৰ বাবে ICC- এ মুকলি কৰে প্ৰায় ৬০,০০০ তকৈও অধিক টিকট ইতিমধ্যে বিক্ৰী কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...