দেশত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক!

  • দেশত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ
  • ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক
  • বুধবাৰৰ তুলনাত ৫৬.৫ শতাংশ বৃদ্ধি আক্ৰান্তৰ হাৰ
  • সমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণো
  • দেশত ২২০০ৰো অধিক লোক আক্ৰান্ত অমিক্ৰনত
  • ৰাজ্যই ৰাজ্যই কঠোৰ সতৰ্কতা অৱলম্বন
  • কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন, সাপ্তাহান্তিক কাৰ্ফিউ
  • তামিলনাডুত আজিৰে পৰা নৈশ সান্ধ্য আইন জাৰি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...