সমগ্ৰ দেশতে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ দেশতে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ৩ লাখ ৩৩ হাজাৰ ৫৩৩জন। ইয়াৰ বিপৰীতে ক’ভিডত প্ৰাণ হেৰুৱাইছে ৫২৫জন আক্ৰান্তই। মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, তামিলনাডু, গুজৰাটত সৰ্বাধিক আক্ৰান্ত।

দিল্লীত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২ লাখ ৬০ হাজাৰ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...