ভাৰতত পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ!

ভাৰতত গুৰুতৰ ৰূপ লৈছে লিংগ অসমানতাই। পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ। শেহতীয়াভাৱে প্ৰকাশ পাইছে এই তথ্য।
কোন ৰাজ্যত কিমান পুৰুষ আৰু মহিলাৰ জন্মৰ হাৰ?
মণিপুৰত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৮৮০ গৰাকী মহিলা
দাদাৰা আৰু নগৰহাভেলীত এই অনুপাত ১০০০:৮৯৮
গুজৰাটত এই অনুপাত ১০০০:৯০৯
হাৰিয়ানাত এই অনুপাত ১০০০:৯১৬
মধ্যপ্ৰদেশত এই অনুপাত ১০০০:৯২১
অসমত এই অনুপাত ১০০০:৯৫৬
বিহাৰত এই অনুপাত ১০০০:৯৬৪
ছত্তীশগড়ত এই অনুপাত ১০০০:৯৪০
হিমাচল প্ৰদেশত এই অনুপাত ১০০০:৯৩৬
ঝাৰখণ্ডত এই অনুপাত ১০০০:৯৪৮
কৰ্ণাটকত এই অনুপাত ১০০০:৯৪৯
কেৰালাত এই অনুপাত ১০০০:৯৬৯
মেঘালয়ত এই অনুপাত ১০০০:৯২২
মিজোৰামত এই অনুপাত ১০০০:৯৫৪
নাগালেণ্ডত এই অনুপাত ১০০০:৯৫৩
ওড়িশাত এই অনুপাত ১০০০:৯৪১
পাঞ্জাবত এই অনুপাত ১০০০:৯২৫
ৰাজস্থানত এই অনুপাত ১০০০:৯৫২
তামিলনাডুত এই অনুপাত ১০০০:৯৩৯
তেলেংগানাত এই অনুপাত ১০০০:৯৩৭
ত্ৰিপুৰাত এই অনুপাত ১০০০:৯৭৪
উত্তৰাখণ্ডত এই অনুপাত ১০০০:৯৫৪
পশ্চিমবংগত এই অনুপাত ১০০০:৯৫১
মহাৰাষ্ট্ৰ, ছিকিম, উত্তৰপ্ৰদেশ আৰু দিল্লীয়ে প্ৰকাশ কৰা নাই তথ্য। আনহাতে, দেশত শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। গাঁৱতকৈ নগৰত অধিক মৃত্যু হয় নৱজাতকৰ।

NKTV Digital
Author: NKTV Digital

193 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...