গুৱাহাটীত আটক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক!

এইবাৰ খোদ গুৱাহাটী মহানগৰীত আটক হ’ল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক। মহানগৰীৰ জাপৰীগোগ অঞ্চলত আটক হোৱা এই বাংলাদেশীজন মহম্মদ চোহেল ৰাণা নামৰ এজন যুৱক।

অঞ্চলটোত ঘূৰি থকা অৱস্থাত যুৱকজনক স্থানীয় ৰাইজে আটক কৰে আৰু পিছত দিছপুৰ থানাৰ আৰক্ষীয়ে লৈ যায়। দুদিন পূৰ্বে ঢাকাৰ পৰা গুৱাহাটীলৈ অহা যুৱকজনৰ পৰা বাংলাদেশী নোট আৰু পৰিচয় পত্ৰও উদ্ধাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...