ৰুষ্ট প্ৰকৃতিৰ ৰোষত নিউয়ৰ্ক; জৰুৰীকালীন অৱস্থা ঘোষণা

ৰুষ্ট প্ৰকৃতিৰ ৰোষত বিশ্বৰ আটাইতকৈ ধনী চহৰ নিউয়ৰ্ক। ঘূৰ্ণী বতাহ ইডাই সৃষ্টি কৰা বানৰ ফলত এতিয়া জলপ্ৰলয়ৰ সৃষ্টি হৈছে নিউয়ৰ্কত। বিধ্বংসী বানত এই পৰ্যন্ত মৃত্যু হৈছে ৪৬ জনকৈ লোকৰ। পানীত নিমিষতে উটি গৈছে নিউয়ৰ্কৰ দম্ভ, অহংকাৰ, স্বাভিমান।

  • ৰুষ্ট প্ৰকৃতিৰ ৰোষত বিশ্বৰ ধনী চহৰ নিউয়ৰ্ক
  • নিউয়ৰ্কত এতিয়া জলপ্ৰলয়
  • ঘূৰ্ণী বতাহ ইডাৰ প্ৰকোপত বানৰ তাণ্ডৱ
  • এই পৰ্যন্ত মৃত্যু ৪৬ জনকৈ লোকৰ
  • নিউয়ৰ্কত জৰুৰীকালীন অৱস্থা ঘোষণা
  • আমেৰিকাৰ ইতিহাসত সবাটোকৈ বৃহৎ প্ৰাকৃতিক দুৰ্যোগ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...