চামগুৰিত নৱবিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ

চামগুৰিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। নৱ বিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এজাহাৰ দাখিল মহিলাগৰাকীৰ। অত্যাচাৰৰ কাৰণ জানিলে হতভম্ব হ’ব আপুনিও! এগৰাকী বা দুগৰাকী নহয় পূৰ্বে ৯গৰাকীকৈ মহিলাক বিয়া কৰোৱা লোকজনক পুনৰ পাতিবলৈ লাগে বিয়া! দহ নম্বৰ পত্নীয়ে বাধা দিয়াৰ বাবেই অত্যাচাৰ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। এই অভিযোগ উঠিছে চামগুৰিৰ বৰমাবিলৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ক’লে, ‘ল’ৰা-ছোৱালী নাই বুলি কৈ আনি মোক অত্যাচাৰ কৰিছে…।’ উল্লেখ্য যে পকা ঘৰ-চাৰি কঠা মাটিৰো লোভ দি মহিলাগৰাকীক বিয়া কৰোৱাৰ অভিযোগ উঠিছে এইজন ৰফিকুল ইছলামৰ বিৰুদ্ধে। কেমেৰাৰ সন্মুখত কি ক’লে ভুক্তভোগী মহিলাগৰাকীয়ে? সবিশেষ চাওক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...