বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ!

বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। এখন টেংকাৰৰ পৰা জব্দ ডেৰ কুইণ্টল গাঞ্জা। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 04C 0332 নাম্বাৰৰ টেংকাৰৰ পৰা জব্দ গাঞ্জাখিনি। বোকাজানৰ বৰপথাৰ আৰক্ষীৰ তালাচীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

ঘটনা সন্দৰ্ভত জয়মণি সিংহা, হাকিম বসুমতাৰী, অমৰজিত সিঙক আটক আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...