মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য, ISBTত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ISBTৰ পৰা জব্দ হৈছে ৫০০ গ্ৰাম ব্ৰাউন ছুগাৰ ৷ মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ ড্ৰাগছখিনি ৷

ইতিমধ্যে ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকৰী তচেৰ আলী ৷ গুৱাহাটীৰ কুখ্যাত ড্ৰাগছ মাফিয়া আলীয়াৰ স্বামী তাচেৰ আলী ৷ লাখটকীয়াৰ ড্ৰাগছ মাফিয়া আলীয়া পূৰ্বে কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল ৷ আজি আলীয়াৰ স্বামী তচেৰ আলীকো ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে গড়চুক আৰক্ষীয়ে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...