টেংকাৰৰ খুন্দাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো

মঙলবাৰে সন্ধিয়া বৰপেটাৰোডত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। টেংকাৰে মহটিয়াই নিলে পিতা-পুত্ৰক। ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে বাইক আৰোহী পিতা-পুত্ৰই। বৰপেটাৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ-নিৰ্মিত উৰণ সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত পিতৃ কৈলাশ মেধি আৰু পুত্ৰ ৰাকেশ মেধি। পিতৃ কৈলাশ মেধি আছিল বাক্সা জিলাৰ আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ। পিতা-পুত্ৰই আনন্দবজাৰৰ হাটখোলাৰ ঘৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...