টেংকাৰৰ খুন্দাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো

মঙলবাৰে সন্ধিয়া বৰপেটাৰোডত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। টেংকাৰে মহটিয়াই নিলে পিতা-পুত্ৰক। ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে বাইক আৰোহী পিতা-পুত্ৰই। বৰপেটাৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ-নিৰ্মিত উৰণ সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত পিতৃ কৈলাশ মেধি আৰু পুত্ৰ ৰাকেশ মেধি। পিতৃ কৈলাশ মেধি আছিল বাক্সা জিলাৰ আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ। পিতা-পুত্ৰই আনন্দবজাৰৰ হাটখোলাৰ ঘৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...