ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা, মুহূৰ্ততে শেষ দুটাকৈ জীৱন

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক। আনফালে আহত কমেও ২০জনকৈ লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোকক GMCHলৈ প্ৰেৰণ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী বাছ। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত লোককেইজনৰ পৰিচয়। দুৰ্ঘটনাত পতিত AS 20 2289 নম্বৰৰ আলট্ৰা বাছখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...