মহানগৰীৰ উৰণ সেতুত শেষ হৈ গ’ল এটা জীৱন

নিশা গণেশগুৰিৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। বাইক আৰু হাইড্ৰা বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS 01FF 6642। আনহাতে হাইড্ৰা বাহনখনৰ নাছিল নম্বৰ প্লেট। সুৰাপান কৰি হাইড্ৰা বাহনখনৰ চালকে খুন্দা মৰাৰ অভিযোগ।
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনৰ চালকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...