ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম লক্ষীমপুৰ জিলা সমিতিয়ে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু সম্পাদক ঘনকান্ত বৰাই কয় যে, ৰাজ্যত ইটোৰ পিছত সিটো হিন্দু ধর্মীয় উপাসনাস্থলি সমূহক একাংশ মুছলমানে টার্গেট কৰি লোৱা বিষয়টো অতিকৈ দুর্ভাগ্যজনক। লক্ষীমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত গৰুৰ কটা মূৰ পেলোৱা কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে ৰাজ্যত ৪০ শতাংশ মুছলমানৰ জনবিস্ফোৰণে অসমত অনাগত দিনত যে ইছলামিকস্তানৰ দাবী উত্থাপন হৱ সেয়া নিশ্চিত। ইয়াৰ পূর্বেও লক্ষীমপুৰত খেলমাটি আৰক্ষী থানা আক্রমণ, খিলঞ্জীয়া হিন্দুক আক্রমণ, লাভ জেহাদৰ বলি হোৱা খিলঞ্জীয়া যুৱতীকে ধৰি বহু ঘটনাৰ উদাহৰণ আছে। এতিয়া ৰাজ্যৰ প্রান্তে প্রান্তে এনেধৰণৰ জেহাদ চলোৱা একাংশ মিঞাই এতিয়া ইছলামিকস্তানৰ আখৰা চলাইছে বুলি দত্ত আৰু বৰাই মতপোষন কৰে। দত্ত আৰু বৰাই বিবৃতিখনৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক ধুবুৰীত যিদৰে পৰিস্থিতি নিয়ন্ত্রণার্থে Shoot-At- sight অৰ্ডাৰ দিছে ঠিক তেনেকৈ লক্ষীমপুৰতো এনে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায় আৰু সনাতনী সভ্যতা-সংস্কৃতিৰ প্ৰতি ভাবুকী কঢ়িয়াই অনা শক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ হিন্দু সমাজখনক সজাগ-সচেতন আৰু সক্রিয় হৱলৈ আহ্বান জনাইছে সংগঠনটোৰ নেতাদ্বয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...