আগন্তুক ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাষাৰ বৰষুণ

শেহতীয়াকৈ সলনি হৈছে ৰাজ্যৰ বতৰ। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। যাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আহিছে সতৰ্কবাণী। সতৰ্কবাণী অনুসৰি ৰাজ্যত আগন্তুক ৫ দিনলৈ হ’ব বৰষুণ। সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে উত্তৰ-পূবত পৰিব প্ৰভাৱ। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বৰষুণৰ লগতে বিজুলি-ঢেৰকণিৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...