দিছপুৰৰ লাষ্টগেটৰ সেৱাবস্তিত স্বাস্থ্য পৰীক্ষা শিবিৰ

দেওবাৰে দিছপুৰৰ লাষ্টগেটৰ সেৱাবস্তিত অনুষ্ঠিত হয় বিনামূলীয়া মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংগৰ স্বাস্থ্য পৰীক্ষা শিবিৰ। বি. বৰুৱা কেন্সাৰ ইন্সটিটিউট আৰু সেৱা ভাৰতীৰ উদ্যোগত আৰু গনেশ উদ্যান শাখাৰ সহযোগত অনুষ্ঠিত হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ। উক্ত শিবিৰত সভাপতি ৰাতুল বৰুৱা, উপ সভাপতি নিৰ্মল বেৰিয়া, সম্পাদক প্ৰদীপ নাহাতাৰ লগতে গণেশ উদ্যান শাখাৰ স্বয়ংসেৱকসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...