গুৱাহাটী

বৰপেটাৰ পৰাই আৰম্ভ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ উন্নয়নৰ বাৰ্তা বিলাই, বিৰোধীক তুলাধূনা প্ৰতিৰক্ষামন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুখনকৈ বিশাল সভাত বজালে নিৰ্বাচনী ৰণডংকা। প্ৰথমবাৰলৈ...

দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

অন্ত পৰিল ৪ বছৰীয়া প্ৰতীক্ষাৰদেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯CAA-ক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি ৰাজনৈতিক মহলতউৎফুল্লিত CAA-ৰ জৰিয়তে নাগৰিকত্ব লাভৰ বাবে অপেক্ষাৰত হেজাৰ...

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ। কিয়নো জোনৰ ওপৰত ভিত্তি কৰি মঙলবাৰৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ওৰেটো...

GMCৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটীক এখন আধুনিক মহানগৰ হিচাপে গঢ়ি তোলাৰ দিশত থকা ৰাজ্য চৰকাৰৰ অভিযানক আৰু এখোজ আগুৱাই নি আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী...

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং। পৃথক পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ চোৰৰ দলৰ একাধিক সদস্যক। প্ৰথমে মেঘালয়ৰ জোৱাইৰ পৰা ভঙাগড় আৰক্ষীয়ে কৰায়ত্ত কৰে...

Popular