গুৱাহাটী

EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈ

EXIT POLLয়ে হতাশ কৰিলে ‍BJPক!EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈঅসমত EXIT POLLক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া EXIT POLLৰ সমীক্ষাই দেখুৱাইছে মধ্যপ্রদেশ, ছত্তীশগড়, তেলেংগানাত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা।...

নিজৰ লক্ষ্যত অটল থাকি সফলতা কঢ়িয়াই আনিবলৈ শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্রীয়েনিজৰ লক্ষ্যত অটল থাকি সফলতা কঢ়িয়াই আনিবলৈ ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ আহ্বানকক্ষপথৰ পৰা আঁতৰি নাযাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে শিক্ষার্থীসকলক ছাত্ৰ-ছাত্ৰীসকলৰ...

লোকসভা নিৰ্বাচনত আজমলে কি খেল খেলিব?

হোজাইত সাংসদ বদৰুদ্দিন আজমলৰ সংবাদমেল। সংবাদমেল পাতি বিৰোধী মহাঁজোটত অন্তৰ্ভুক্ত হোৱাৰ আশা পুনৰ ব্যক্ত কৰিলে আজমলে। আজমলে ক'লে নগাঁও, কৰিমগঞ্জত এ আই ইউ ডি...

৫ম, ৮ম, ১০ম শ্ৰেণীৰ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বৃত্তি

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা ৰাজ্যৰ ২৬৪ খন বিদ্যালয়ত পিএমশ্ৰী আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে শিক্ষার্থীসকল ভাৰতবৰ্ষৰ অমৃতকালৰ অমৃত সন্তান মুখ্যমন্ত্রী অহা বৰ্ষৰ...

২০২৪ আৰু ২৫ চনত ক্ৰমে ৩ কোটি আৰু ৫ কোটি গছপুলি ৰোপণৰ কথা ঘোষণা

বৃক্ষ অর্থনীতি সম্প্ৰসাৰণৰ পদক্ষেপ হিচাপে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনে ৯টা নতুন গীনিজ বিশ্ব অভিলেখ লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত...

Popular