গুৱাহাটী

প্ৰতিবছৰে ২ ফেব্রুৱাৰীত বিশ্বজুৰি পালিত হয় বিশ্ব জলাশয় দিৱস

মানুহ আৰু পৃথিৱীৰ ভৱিষ্যতৰ বাবে জলাশয়ৰ সংৰক্ষণ অতি আৱশ্যকীয়। এই সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে প্রতিবছৰে ২ ফেব্রুৱাৰীত পালন কৰা হয় বিশ্ব জলাশয় দিৱস। অসমতো...

আলফা সদস্য মানস সঁচাকৈয়ে আৰক্ষীৰ চোৰাংচোৱা নেকি?

গুৱাহাটীৰ বেলতলাৰ ৰয়েল এনক্লেভৰ এটা ফ্লেটত চলিছিল আলফা (স্বাঃ)লৈ যোৱা অসম আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট মানস বৰগোঁহাইৰ প্ৰশিক্ষণ। তোমালোকে মোক পাহৰিলা বুলি একেলগে প্ৰশিক্ষণ...

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংককংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ...

ক’ত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি?

মহানগৰীৰ জালুকবাৰীত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি২৫০ফুট উচ্চতাৰ ব্ৰঞ্জেৰে নিৰ্মান কৰা হ'ব প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটোপ্ৰতিমূৰ্তিৰ তলত থাকিব ৬ মহলীয়া এটি অট্টালিকা প্ৰতিমূৰ্তিথলীত আৰম্ভ হ'ল...

জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

খৰালি চন পৰি থকা কৃষিপথাৰ ১২মাহে সেউজীয়া কৰি তুলিব পৰাটোৱেই জলসিঞ্চন বিভাগৰ মূল লক্ষ্য হোৱা উচিত : সিংহল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM...

Popular