নাম : গুৰুকুল গ্ৰামাৰ স্কুল; পিছে গুৰু-গোসাঁই নামানে একাংশ ছাত্ৰই

গুৱাহাটীৰ গীতা মন্দিৰৰ সমীপত আছে গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তথাকথিত অভিজাত এই বিদ্যালয়খনত ঘটিল ৰেগিঙৰ ঘটনা। ৰেগিঙৰ বলি হোৱা ছাত্ৰজনৰ পিতৃয়ে বাধা দিবলৈ যাওঁতে তেওঁকো প্ৰহাৰ কৰে এদল উদণ্ড ছাত্ৰই। এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পিছে ঘটনাটো সন্দৰ্ভত ৰহস্যজনক ভূমিকা স্কুল কৰ্তৃপক্ষৰ।

নাম– গুৰুকুল গ্ৰামাৰ স্কুল

পিছে গুৰু-গোসাঁই নামানে একাংশ ছাত্ৰই

জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি কনিষ্ঠ ছাত্ৰ

একাংশ কৰ্মচাৰীও গুৰু-গোসাঁই নমনা বিধৰ

একাদশ শ্ৰেণীৰ ছাত্ৰক দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ ৰেগিং

ঘটনাটো দেখিছিল ৰেগিঙৰ বলি হোৱা ছাত্ৰজনৰ পিতৃয়ে

ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে বাধা দিছিল ৰেগিঙত

ৰহস্যজনক ভূমিকা বিদ্যালয় কৰ্তৃপক্ষৰ

নিমাত অধ্যক্ষ ড০ বসন্ত কুমাৰ ভূঞা

‘কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এই ঘটনা ঘটিল’

‘ছাত্ৰ-ছাত্ৰীৰ অনুশাসনৰ ওপৰত গুৰুত্ব নাই কৰ্তৃপক্ষৰ’

ৰেগিং, অভিভাৱকক প্ৰহাৰৰ ঘটনাত চিন্তিত সমূহ অভিভাৱক

বুধবাৰে বিদ্যালয়ত অনুষ্ঠিত হ’ল অভিভাৱক সভা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...