২০২২ত কোনকেইটা দিনত চৰকাৰী বন্ধ থাকিব?

২০২২ত অসমত কোনকেইটা দিনত চৰকাৰী বন্ধ থাকিব?

আহক জানি লও বন্ধৰ তালিকা


১৪, ১৫ জানুৱাৰী- মাঘ বিহু/টুছু পূজা
২৩ জানুৱাৰী- নেতাজীৰ জন্মজয়ন্তী
২৫ জানুৱাৰী- বাথৌ পূজা
২৬ জানুৱাৰী- গণৰাজ্য দিৱস
৩১ জানুৱাৰী- মে-ডাম-মেফি
১৬ ফেব্ৰুৱাৰী- চিলাৰায় দিৱস
১৮ মাৰ্চ- দৌলযাত্ৰা
১৪-১৬ এপ্ৰিল- ব’হাগ বিহু
১৫ এপ্ৰিল- গুড ফ্ৰাইডে
২১ এপ্ৰিল- সতী সাধনী দিৱস
১ মে’ শ্ৰমিক- দিৱস/দামোদৰদেৱৰ তিথি
৩ মে’- ঈদ উল ফিটৰ
১৬ মে’- বৌদ্ধ পূৰ্ণিমা
১৭ মে’- মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ
১০ জুলাই- ঈদ উল জোহা
১৫ আগষ্ট- স্বাধীনতা দিৱস
১৯ আগষ্ট- জন্মাষ্টমী
২৯ আগষ্ট- মহাপুৰুষ শংকৰদেৱৰ তিথি
৬ ছেপ্টেম্বৰ- কৰম পূজা
১৪ ছেপ্টেম্বৰ- মাধৱদেৱৰ তিথি
২ অক্টোবৰ- গান্ধী জয়ন্তী/দুৰ্গা পূজাৰ সপ্তমী
৩, ৪ অক্টোবৰ- অষ্টমী আৰু নৱমী পূজা
৫ অক্টোবৰ- বিজয় দশমী/দশেৰা/শংকৰদেৱৰ জন্মোৎসৱ
১৮ অক্টোবৰ- কাতি বিহু
২৪ অক্টোবৰ- কালী পূজা/দীপাৱলী
২৭ অক্টোবৰ- ভাতৃ দ্বিতীয়া
৩০ অক্টোবৰ- ষট পূজা
৮ নৱেম্বৰ- গুৰু নানকৰ তিথি
২৪ নৱেম্বৰ- লাচিত দিৱস
২ ডিচেম্বৰ- অসম দিৱস

২৫ ডিচেম্বৰ- বৰদিন

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...