শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ দিনটোত চৰকাৰী বন্ধ প্ৰত্যাহাৰ বাংলাদেশত

শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ দিনটোত চৰকাৰী বন্ধ প্ৰত্যাহাৰ বাংলাদেশত। দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছত গ্ৰহণ কৰা হৈছে প্ৰথমটো ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা বাংলাদেশত ১৫ আগষ্ট তাৰিখে পালন কৰা নহয় শোক দিৱস। পূৰ্বতে ১৫ আগষ্ট তাৰিখে দেশখনত পালন কৰা হৈছিল ৰাষ্ট্ৰীয় শোক দিৱস। ১৯৭৫চনৰ ১৫ আগষ্টৰ দিনটোতে হত্যা কৰা হৈছিল বংগবন্ধু হিচাপে খ্যাত শ্বেখ মুজিবুৰ ৰহমানক। তেতিয়াৰ পৰাই ৰহমানক সুঁৱৰিবলৈ বন্ধ ঘোষণা কৰা হৈছিল ১৫ আগষ্টৰ দিনটোত। কিন্তু এতিয়াৰে পৰা ১৫ আগষ্ট কোনো বিশেষ দিন নহ’ব বাংলাদেশৰ বাবে। ১৫ আগষ্টত সমগ্ৰ দেশখনত কটকটীয়া কৰি তোলা হ’ব নিৰাপত্তা ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...