মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ। অসম চৰকাৰে মহিলাসকলক প্ৰদান কৰিব বিনামূলীয়া মোবাইল। বিহুৰ বতৰতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।

ৰাজ্যত ব্যাপক ৰূপত চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। আজি জোনাইত বিজেপি আৰু সহযোগী দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবা হাজাৰ লোকক সম্বোধি ভাষণ মুখ্যমন্ত্ৰীৰ।

এই প্ৰচাৰ অভিযানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকললৈ দিলে এটা ভাল খবৰ। মোবাইলৰ বাবে এতিয়াৰে পৰা ধন খৰচ কৰিব নালাগে মহিলাসকলে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলক বিনামূলীয়াকৈ প্ৰদান কৰিব মোবাইল। মুখ্যমন্ত্ৰীয়ে কয় যে, ভগৱানে শক্তি দিলে কেতিয়াবা মহিলাসকলক মই বিনামূলীয়াকৈ মোবাইল দিম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...