পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। গান্ধীবস্তিৰ ভাড়াঘৰত উদ্ধাৰ মৃতদেহ। মৃত যুৱতীগৰাকী ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত। মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ইন্দ্ৰজিত পাইটক। প্ৰেমিক–প্ৰেমিকাৰ ঘৰ ধেমাজিৰ চিমেন চাপৰিত। দেওবাৰে ধেমাজিৰ পৰা প্ৰেমিকৰ গুৱাহাটীৰ ভাড়াঘৰলৈ আহিছিল যুৱতীগৰাকী। বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...