মুকেশ আম্বানিক চেৰ পেলাই বিশ্ব অভিলেখ গৌতম আদানিৰ!

যেন আলাদিনৰ চাকি আহি পৰিছে উদ্যোগপতি গৌতম আদানিৰ হাতত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত গৌতম আদানিৰ ধনী হোৱাৰ গতিয়ে সমগ্ৰ বিশ্বকে চমক খুৱাইছে। ধন কুবেৰ এলন মাস্ক আৰু জেফ বেজোচতকৈও অধিক দ্ৰুতিৰে সম্পত্তি আহৰণ কৰিব লৈছে আদানি গ্ৰুপে। অকল বিগত বৰ্ষটোতে গৌতম আদানিৰ বৃদ্ধি পাইছে প্ৰায় চাৰে তিনিলাখ কোটি টকাৰ সম্পত্তি। এয়া এক প্ৰকাৰৰ বিশ্ব অভিলেখ। আনহাতে যোৱা ১০ বছৰত আদানিৰ সম্পত্তি বাঢ়িছে ১,৮৩০ শতাংশ। মোদীৰ আন এক ঘনিষ্ঠ মুকেশ আম্বানিৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ ৪০০ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...