ধেমাজি বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা

ধেমাজি বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা।
গুৱাহাটী হাই ক’ৰ্টে দোষমুক্ত কৰিলে সকলোকে।
২০০৪ৰ ১৫ আগষ্টত সংঘটিত হৈছিল বোমা বিস্ফোৰণ।
বিস্ফোৰণত নিহত হৈছিল ১০টিকৈ শিশুসহ ১৩জন।
বিস্ফোৰণত আহত হৈছিল অৰ্ধশতাধিক লোক।
নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল ৬ জনক।
নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে হাই ক’ৰ্টৰ দ্বাৰস্থ হৈছিল দোষী।
আটাইকে বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা হাই ক’ৰ্টৰ।
২৪ জুলাইত চূড়ান্ত শুনানি গ্ৰহণ কৰিছিল গোচৰটোৰ।
দীপাঞ্জলি বুঢ়াগোহাঁই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈক খালাচ।
আটাইকে যাৱজ্জীৱন কাৰাদণ্ড দিছিল নিম্ন আদালতে।
প্ৰশান্ত ভূঞা, হোমেন গগৈকো দোষমুক্ত ঘোষণা।
দুয়োকে ৪ বছৰৰ কাৰাদণ্ড বিহিছিল নিম্ন আদালতে।
বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি শোক প্ৰকাশ কৰিছিল আলফাই।
অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰিছিল আলফাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...